উদয়পুৰত অনুষ্ঠিত মাৰ্ভেলাছ মিছেছ ইণ্ডিয়া পেজেন্টত জিলিকিল অসমৰ পুনম শৰ্মা

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে মহানগৰীৰ ৰাজগড ৰোডৰ জীয়ৰী পুনম শৰ্মাই। ১৩অক্টোবৰত উদয়পুৰত অনুষ্ঠিত মাৰ্ভেলাছ মিছেছ ইণ্ডিয়া পেজেন্টত জিলিকিল অসমৰ পুনম শৰ্মা। ডা: অদিতি গোভিত্ৰিকাৰ, ভাৰতৰ প্ৰথম মিছেছ ৱৰ্ল্ডৰ উদ্যোগত অনুষ্ঠিত হৈছিল মাৰ্ভেলাছ মিছেছ ইণ্ডিয়া শীৰ্ষক এই অনুষ্ঠান। এই অনুষ্ঠানত অংশ্গ্ৰহণ কৰিছিল বিদেশত থকা বহু ভাৰতীয় মহিলাই। এই অনুষ্ঠানতেই “মাৰ্ভেলাছ মিছেছ” আইকনিক আইজ”ৰ খিতাপ লাভ কৰে পুনম শৰ্মাই।

Popular

More like this
Related

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা। ৫ হাজাৰ টকাত...

ডুবাইত স্মৃতি মান্ধনাৰ চিটী ক্ৰিকেট একাডেমী মুকলি, মুখ্য প্ৰশিক্ষক অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ডন ভাগৱতী

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আইকন স্মৃতি মান্ধানাই ব্ৰিটেইনৰ প্ৰখ্যাত...

দিল্লী কেপিটেলছৰ বলিং প্ৰশিক্ষক মুনাফ পেটেলক জৰিমনা বিহিলে BCCIয়ে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল) এক গুৰুত্বপূৰ্ণ ঘটনাত দিল্লী কেপিটেলছৰ...