গুৱাহাটী পালেহি প্রৱঞ্চনাত অভিযুক্ত দীপাংকৰ বৰ্মন

গুৱাহাটী পালেহি মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন। কটকটীয়া নিৰাপত্তাৰ মাজেৰে লৈ অনা হৈছে দীপাংকৰক। কোটিটকীয়া ধুৰন্ধৰ দীপাংকৰক চাবলৈ মানুহৰ ভিৰ। দেওবাৰে গোৱাত গ্ৰেপ্তাৰ হৈছিল দুমাহে পলাতক দীপাংকৰ। গোৱাতে দীপাংকৰৰ পৰা জব্দ হৈছিল ২৬ লাখ ৬ হাজাৰ টকা। মহানগৰ আৰক্ষীৰ দলে দীপাংকৰক লৈ আনিছে গুৱাহাটীলৈ। আজি নিশাটো থানাতে কটাব দীপাংকৰ বৰ্মনে। কাইলৈ দীপাংকৰক হাজিৰ কৰোৱা হ’ব আদালতত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...