উদয়পুৰত অনুষ্ঠিত মাৰ্ভেলাছ মিছেছ ইণ্ডিয়া পেজেন্টত জিলিকিল অসমৰ পুনম শৰ্মা

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে মহানগৰীৰ ৰাজগড ৰোডৰ জীয়ৰী পুনম শৰ্মাই। ১৩অক্টোবৰত উদয়পুৰত অনুষ্ঠিত মাৰ্ভেলাছ মিছেছ ইণ্ডিয়া পেজেন্টত জিলিকিল অসমৰ পুনম শৰ্মা। ডা: অদিতি গোভিত্ৰিকাৰ, ভাৰতৰ প্ৰথম মিছেছ ৱৰ্ল্ডৰ উদ্যোগত অনুষ্ঠিত হৈছিল মাৰ্ভেলাছ মিছেছ ইণ্ডিয়া শীৰ্ষক এই অনুষ্ঠান। এই অনুষ্ঠানত অংশ্গ্ৰহণ কৰিছিল বিদেশত থকা বহু ভাৰতীয় মহিলাই। এই অনুষ্ঠানতেই “মাৰ্ভেলাছ মিছেছ” আইকনিক আইজ”ৰ খিতাপ লাভ কৰে পুনম শৰ্মাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...