ৰাজনীতি

কিমান টকা দৰমহা আৰু কি কি সুবিধা পায় এজন সাংসদে?

সাংসদসকলে মাহিলী ১ লাখ টকাৰ দৰমহা লাভ কৰে। ইয়াৰ উপৰিও তেওঁলোকৰ দৰমহা প্ৰতি ৫ বছৰৰ মূৰে মূৰে দৈনিক ভাট্টা হিচাপে বৃদ্ধি পায়। এই দৰমহাত...

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে মহাৰাষ্ট্ৰত আৰম্ভ ৰাজনৈতিক অস্থিৰতা

NCPৰ অজিত পাৱাৰ গোটৰ ১৮জনকৈ বিধায়কৰ যোগাযোগ শাৰদ পাৱাৰ গোটেৰেবৰ্তমান মহাৰাষ্ট্ৰ বিধানসভাত NCPৰ অজিত পাৱাৰ গোটৰ আছে ৪০জনকৈ বিধায়কমহাৰাষ্ট্ৰত বিৰোধী পক্ষত আছে NCPৰ শাৰদ...

কংগ্ৰেছ শূন্য ধাৰণাক নস্যাৎ কৰি উজনিত প্ৰাসংগিক হাত

ব্যাপক প্ৰত্যাহ্বানৰ পাছতো যোৰহাটত বিজয়ৰ হাঁহি মাৰিলে গৌৰৱ গগৈয়ে। বিজেপি প্ৰাৰ্থী তপন গগৈৰ নিজৰ সমষ্টি সোণাৰিতেই ১০ সহস্ৰাধিক ভোট পালে গৌৰৱে। মাজুলীত অৱশ্যে গৌৰৱতকৈ...

পুনৰ জে’ললৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

দেওবাৰে তিহাৰ জে’লত আত্মসমৰ্পন কেজৰিৱালৰ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ২১ দিনৰ বাবে অস্থায়ী জামিন লাভ কৰিছিল কেজৰিৱালে। জে’ল যাত্ৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী কেজৰিৱাল ৰাজঘাটত উপস্থিত হৈ...

অৰুণাচলত তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ

অৰুণাচলৰ অপ্ৰতিৰুদ্ধ বিজেপি। নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে পুনৰ অৰুণাচলত তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠন। যোৱা ১৯ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ লগতে অনুষ্ঠিত হৈছিল অৰুণাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচন।...

Popular