মহানগৰীৰ ইউনিছেক্স স্পাৰ ভিতৰত চলে কি?

এইবাৰ ইউনিছেক্স স্পাৰ ভিতৰত ড্ৰাগছৰ পয়োভৰ। ইউনিছেক্স স্পাৰ ভিতৰত উদ্ধাৰ মাৰাত্মক ড্ৰাগছ। উলুবাৰীৰ নিউ ষ্টাৰ বিউটী স্পাত আৰক্ষীৰ অভিযান। অভিযানত ৩ যুৱতীক গ্ৰেপ্তাৰ পল্টনবজাৰ আৰক্ষীৰ। গ্ৰেপ্তাৰ হৈছে তৃষ্ণা দাস, চালেহা খাতুন আৰু মুন্নী খান। তিনিওৰে পৰা উদ্ধাৰ ৭টা ড্ৰাগছভৰ্তি কন্টেইনাৰ আৰু ৯ পেকেট ভাং। নিচাসক্ত হৈ যুৱতীয়ে অনৈতিক কাৰ্য চলোৱাৰ অভিযোগ। সম্প্ৰতি পল্টনবজাৰ আৰক্ষীয়ে জেৰা চলাই আছে ধৃত ৩ যুৱতীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...