সুৰাসক্ত হৈ লোকচক্ষুৰ সন্মুখতে যুৱকক গুলীওৱাৰ চেষ্টা আৰক্ষী বিষয়াৰ, কাৰ ক্ষমতাৰ বলেৰে বলীয়ান নিত্যানন্দ ভূঞা?

অসম আৰক্ষীয়ে ‘নিচান’ সন্মান গ্ৰহণ কৰা দিনটোতে লখিমপুৰৰ নাওবৈছাত যান-বাহন আৰক্ষীৰ নিৰ্লজ্জ কাণ্ড। যান-বাহন আৰক্ষী শাখাৰ বিষয়া নিত্যানন্দ ভূঞাই চাৰ্ভিছ ৰিভলভাৰেৰে ৰাকেশ বৰা নামৰ এজনক চোঁচা ল’লে গুলীয়াবলৈ। সুৰাসক্ত হৈ বিনা দোষতে ৰাকেশলৈ চোঁচা লোৱা বুলি উঠিছে অভিযোগ। আৰক্ষী বিষয়াজনৰ এনে কাণ্ডত ক্ষোভিত ৰাইজে নাওবৈছা কলেজ তিনি আলিত আৱদ্ধ কৰি ৰাখিলে তেওঁক। পৰৱৰ্তী সময়ত লখিমপুৰ সদৰ থানাৰ OC বিশ্বজিত ডেকাই ৰাইজৰ কৱলৰ পৰা উদ্ধাৰ কৰে ক্ষমতাৰ বলেৰে বলীয়ান আৰক্ষী বিষয়া নিত্যানন্দ ভূঞাক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...