২৬ বছৰতে শেষ হৈ গ’ল জীৱন, কিয় নিজকে শেষ কৰি পেলালে পৃথিৱীয়ে?

নিজকে শেষ কৰি পেলালে। খাকী পোচাকধাৰীয়ে বিচাৰি নাপালে জীয়াই থকাৰ সাৰ্থকতা।

সোণাৰিত আৰক্ষীয়ে ল’লে চৰম পন্থা। সোণাৰিৰ ভাড়া ঘৰত মৃত অৱস্থাত পোৱা গ’ল কনিষ্টবলজনক। আৰক্ষী কনিষ্টবল পৃথিৱী পাণ্ডৱৰ আকস্মিক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য।

পৃথিৱী পাণ্ডৱৰ ঘৰৰ শিৱসাগৰ জিলাৰ ডিমৌত। মৃত পৃথিৱী পাণ্ডৱৰ বয়স ২৬ বছৰ।নিজকে শেষ কৰি পেলোৱাৰ কাৰণৰ অনুসন্ধান কৰি আছে আৰক্ষীয়ে। পৃথিৱী পাণ্ডৱৰ মৃত্যুক সতীৰ্থসকল হতচকিত হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...