মিজোৰামৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ চুপাৰি ছিণ্ডিকেটৰ খলনায়ক আবুব মজুমদাৰক গ্ৰেপ্তাৰ

অৱশেষত আৰক্ষীৰ জালত আবুব মজুমদাৰ। কুখ্যাত চুপাৰি মাফিয়া আবুব মজুমদাৰক গ্ৰেপ্তাৰ ৷ কাছাৰ জিলাৰ ধলাইৰ পৰা গ্ৰেপ্তাৰ কৰে কুখ্যাত চুপাৰি মাফিয়াটোক ৷ কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চুপাৰি মাফিয়া আবুব মজুমদাৰক ৷ চুপাৰি মাফিয়াৰ বিৰুদ্ধে অভি়যান আৰম্ভ হোৱাৰে পৰা পলাতক হৈ আছিল আবুব ৷ আৰক্ষীয়ে ৱাণ্টেড ঘোষণা কৰিছিল আবুব মজুমদাৰক ৷ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল ধৃত চুপাৰী মাফিয়াটোৰ ৷ বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ অন্যতম খলনায়ক আছিল আবুব ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...