এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা

ড্ৰাগছৰ বেহাত জড়িত মহিলা ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ চেলেংগুৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ মহিলা। ধৃত মহিলাগৰাকীৰ নাম মইনা হাজৰিকা। মহিলাগৰাকীৰ পৰা ৫০ হাজাৰ, ১২ গ্ৰাম হেৰইন জব্দ আৰক্ষীৰ।

ইয়াৰ পূৰ্বেও মহিলা গৰাকী ড্ৰাগছ সৰবৰাহত জড়িত হৈ ৰঙাঘৰৰ আলহী হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...