আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ। সোমবাৰে বিভিন্ন বিষয়ক লৈ আলোচনা দুই ৰাষ্ট্ৰনেতাৰ । ভাৰত–মাৰ্কিন দ্বিপাক্ষিক সম্পৰ্কই প্ৰাধান্য পাই এই বাৰ্তালাপত । ৰাষ্ট্ৰপতিৰূপে ট্ৰাম্পৰ শপতগ্ৰহণৰ পিছত মোদীৰে এয়া প্ৰথম বাৰ্তালাপ । প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণকলৈও চৰ্চা ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...