শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিব মোদীয়ে। নামৰূপতো এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীৰ আগমনক লৈ প্ৰস্তুতি সম্পন্ন কৰিছে ৰাজ্য চৰকাৰে। সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰ। ঠায়ে ঠায়ে সাজু কৰা হৈছে বেৰিকেড। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত স্থাপন কৰা হৈছে অস্থায়ী মঞ্চ। অস্থায়ী মঞ্চত পৰিৱেশন হ’ব বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান। বিমানবন্দৰৰ পৰা বশিষ্ঠলৈ হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ৰোড শ্ব’। বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আদৰি অনা হ’ব মোদীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...