লালকিল্লাত পতাকা উত্তোলন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস। দেশজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন। লালকিল্লাত পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন। ক’ভিড প্ৰট’কল মানি উদযাপন কৰা স্বাধীনতা দিৱসত পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ।

আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস। দেশজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন দেশৰ স্বাধীনতা প্ৰাপ্তিৰ দিনটো। লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ শৌৰ্য বীৰ্যৰ প্ৰতীক পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

বৃটিছৰ কবলৰ পৰা বহু সংগ্ৰাম আৰু আন্দোলনৰ মাজেৰে ১৯৪৭ চনৰ আজিৰ দিনটোতেই পৰাধীনতাৰ শিকলি ছিঙি মুক্ত হৈছিল ভাৰতীয়। দেশৰ স্বাধীনতা প্ৰাপ্তিৰ লগত জড়িত হৈ আছে বহু মনীষীৰ ত্যাগ আৰু আত্মবলিদান।সেই সকল মহান লোকলৈ দেশজুৰি আজি স্মৰণ কৰিব জনতাই। অসমতো ক’ভিড বিধি মানি উলহ মালহেৰে উদযাপন স্বাধীনতা দিৱস।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...