অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোদী

অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোদী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে। মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিলে শেহতীয়া পৰিস্থিতিৰ সবিশেষ। অসমক কেন্দ্ৰই সকলো সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...