পৃথিৱীমুখী সুনীতা উইলিয়ামছলৈ প্ৰধানমন্ত্ৰী মোদীৰ চিঠি

পৃথিৱীমুখী সুনীতা উইলিয়ামছলৈ প্ৰধানমন্ত্ৰী মোদীৰ চিঠি। ঘূৰি আহিলে ভাৰতলৈ অহাৰ আহ্বান মহাকাশচাৰী সুনীতাক। ‘ভাৰতকন্যা’ সম্বোধনেৰে সুনীতা উইলিয়ামছলৈ পত্ৰ লিখিলে প্ৰধানমন্ত্ৰীয়ে। ভাৰতীয় বংশোদ্ভূত সুনীতা উইলিয়ামছক সফলতাৰ বাবে অভিনন্দন মোদীৰ> প্ৰধানমন্ত্ৰী মোদীৰ এই চিঠি সামাজিক মাধ্যমত পোষ্ট কৰিলে মন্ত্ৰী জীতেন্দ্ৰ সিঙে। আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে সুনীতাৰ সম্পৰ্কত কথা পতাৰ কথাও উল্লেখ চিঠিখনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...