গুজৰাটত সুদৰ্শন সেতু মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

গুজৰাটত সুদৰ্শন সেতু মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ দীৰ্ঘতম ‘কেবল ব্ৰীজ’ ২.৩ কিঃমিঃ দৈৰ্ঘৰ এই সুদৰ্শন সেতু।

দ্বাৰকা দ্বীপৰ সৈতে ওখাক সংযোগ কৰিছে এই সেতুৱে। ৯৭৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা হৈছে সুদৰ্শন সেতুৰ।

প্ৰধানমন্ত্ৰীয়ে নিজেই ২০১৭ৰ অক্টোবৰত সুদৰ্শন সেতুৰ আধাৰশিলা স্থাপন কৰিছিল। সেতুখন মুকলি কৰি দ্বাৰকাধীশ মন্দিৰত সেৱাও জনালে প্ৰধানমন্ত্ৰী মোদীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...