তিনিদিনীয়া ভ্ৰমণসূচীৰে থাইলেণ্ড আৰু শ্ৰীলংকালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

তিনিদিনীয়া ভ্ৰমণসূচীৰে থাইলেণ্ড আৰু শ্ৰীলংকালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ষষ্ঠ BIMSTEC শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ডলৈ ৰাওনা মোদী। ৪ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ’ব এই সন্মিলন। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰে মোদী মিলিত হ’ব আলোচনাত। দুই দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা। বেংককৰ পৰা প্ৰধানমন্ত্ৰী মোদী ৰাওনা হ’ব শ্ৰীলংকালৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...