মৰিগাঁৱৰ ধৰমতুলত তীৰ্থযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

মৰিগাঁৱৰ ধৰমতুলত তীৰ্থযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
ভয়ংকৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ৩জনলৈ বৃদ্ধি
নিহত গুৱাহাটীৰ নুনমাটিৰ গোপাল অধিকাৰী, সুমন শৰ্মা
গোপাল অধিকাৰী PWDৰ কৰ্মচাৰী আছিল
আন এজনক গুৱাহাটীলৈ আনি থকা অৱস্থাত মৃত্যু
ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা তীৰ্থযাত্ৰীৰ ট্ৰেভেলাৰৰ
পৰশুৰামকুণ্ডৰ পৰা আহি আছিল তীৰ্থযাত্ৰীৰ দলটো
ট্ৰেভেলাৰখনত আছিল মুঠ ২১জন যাত্ৰী
আহত আনসকল যাত্ৰী মৰিগাঁও চিভিলত চিকিত্সাধীন
বহুকেইজন যাত্ৰীৰ অৱস্থা অতি সংকটজনক
কেইবাজন যাত্ৰীক উন্নত চিকিত্সাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ
তীৰ্থযাত্ৰীৰ দলটো আহিছিল বাক্সাৰ পৰা

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...