প্ৰশাসনৰ লোকে নিশাই বাকচ সলনি কৰি হৰুৱাইছিল BPFক : হাগ্ৰামা মহিলাৰী

ওদালগুৰিত হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰক অভিযোগ

  • বাকচ সলনি কৰিছিল BTC নিৰ্বাচনত
  • প্ৰশাসনৰ লোকে নিশাই বাকচ সলনি কৰি হৰুৱাইছিল BPFক
  • BTCত সকলো লোকে মাটিৰ কিনা-বেচাৰ অধিকাৰ পাব লাগে
  • অনা বড়ো বা জনজাতীয় লোকৰ বাহিৰে সাধাৰণ লোকৰ বাবেও মাটিৰ অধিকাৰ মুকলি কৰিব লাগে।
  • নহ’লে প্ৰমোদ বড়ো চৰকাৰৰ সিদ্ধান্তৰ বাবে পুনৰ আন্দোলনৰ সূচনা হ’ব।
  • প্ৰমোদ বড়োৱে চৰকাৰ চলাবলৈ নোৱাৰা বাবেই উপায়ুক্তসকললৈ ক্ষমতা হস্তান্তৰ কৰিব লগীয়া হৈছে।
  • প্ৰমোদ বড়ো চৰকাৰ অহাৰ লগে লগে চৰকাৰী আঁচনিত ৩০-৩৫ শতাংশলৈ কমিচনৰ বজাৰ চলা বুলি অভিযোগ হাগ্ৰামা মহিলাৰীৰ।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...