অসমত ডেৰ লাখ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ শান্তি চুক্তিত

সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ শান্তি চুক্তিত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: মুখ্যমন্ত্ৰী
‘অসমত ডেৰ লাখ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ শান্তি চুক্তিত’
‘নতুন ৰে’ললাইনকে ধৰি ৰূপায়ণ হ’ব কেইবাটাও নতুন প্ৰকল্প’
‘ভূমি সংৰক্ষণ সন্দৰ্ভতো লোৱা হৈছে ভাল সিদ্ধান্ত’
‘খিলঞ্জীয়াৰ বাবে সুৰক্ষিত কৰা হ’ব অসমৰ ভূমি’
‘ষষ্ঠ অনুচ্ছেদত উল্লেখিত বহু কথাৰ প্ৰতিফলন ঘটিছে চুক্তিত’
‘পৰেশ বৰুৱাক শান্তি আলোচনালৈ ঘূৰাই অনাৰ ক্ষেত্ৰত এই চুক্তিয়ে ল’ব গুৰুত্বপূৰ্ণ ভূমিকা’
‘অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এই চুক্তি হ’ব ঐতিহাসিক দলিল’
‘পৰৱৰ্তী সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সময়ত প্ৰতিফলন ঘটিব এই চুক্তি’
‘আমাৰ পৰৱৰ্তী মূল লক্ষ্য হ’ল ৬ জনগোষ্ঠীৰ জনজাতিকৰণ’
আলফা (স্বাঃ)ৰ শেহতীয়া বিস্ফোৰণক লৈও প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ
‘আলফা (স্বাঃ)-এ এনেয়ে নাম ল’লে, বিস্ফোৰণ ঘটাইছিল নিবনুৱা যুৱকেহে’
‘আটাইকেইটা বিস্ফোৰণৰ ঘটনাৰে তদন্ত সম্পূৰ্ণ হৈছে’
‘টকাৰ বাবেই একাংশ সাধাৰণ যুৱকে সংঘটিত কৰিছিল বিস্ফোৰণৰ ঘটনা’
দিল্লীত শান্তি চুক্তিৰ পিছত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ
ভূটানত নিৰুদ্দেশ হোৱা আলফাৰ পৰিয়ালক চৰকাৰে দিব সংস্থাপন: মুখ্যমন্ত্ৰী
NRCক লৈ দিল্লীত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ
‘অসমত NRCৰ ১০% পুনৰীক্ষণ বিচাৰিছে চৰকাৰে’
‘অসম-বাংলাদেশ সীমান্তত চৰকাৰে বিচাৰিছে ২০% পুনৰীক্ষণ’
‘ইতিমধ্যে এই সন্দৰ্ভত শপতনামা দিছে ৰাজ্য চৰকাৰে’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছ’চিয়েল মিডিয়াত ভাইৰেল অফাৰ, ১ টকাৰ SALEৰ বাবে মুম্বাইত হাহাকাৰ

মুম্বাইৰ মালাডস্থিত ইনফিনিটি মলত শনিবাৰে এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি...

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক?

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন...

৩ মহীয়া শিশুক লৈ ইউৰোপীয় ইউনিয়নৰ জলবায়ু বৈঠকত উপস্থিত ছুইডেনৰ জলবায়ু মন্ত্ৰী

ছুইডেনৰ জলবায়ু মন্ত্ৰী ৰোমিনা পৌৰমোখতাৰীয়ে তিনিমহীয়া পুত্ৰ আদামক লৈ...