বাইক ষ্টাণ্ট কৰা যুৱকক আটক

বাইক ষ্টাণ্ট কৰা যুৱকক আটক। পাঠশালাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক ষ্টাণ্ট কৰিছিল যুৱকজনে। সামাজিক মাধ্যমত ভাইৰেল হৈছিল বাইক ষ্টাণ্ট কৰাৰ ভিডিঅ’। তাৰ পিছতেই আৰক্ষীয়ে আটক কৰে ২০ বছৰীয়া যুৱকজনক। ইতিমধ্যে যুৱকজনৰ পালচাৰ বাইকখনো জব্দ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...