যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা ১৪ বছৰলৈ হ্ৰাস পৰেশ বৰুৱাৰ শাস্তি

ছট্টগ্ৰামৰ ১০ ট্ৰাক চোৰাং অস্ত্ৰ সৰবৰাহৰ গোচৰত শাস্তি কমিল পৰেশ বৰুৱাৰ
যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা ১৪ বছৰলৈ হ্ৰাস পৰেশ বৰুৱাৰ শাস্তি
বাংলাদেশ হাইকৰ্টৰ খণ্ড বিচাৰপীঠে দিলে এই ৰায়
পৰেশ বৰুৱাৰ উপৰি আন ৪ অভিযুক্তৰ শাস্তিৰ ম্যাদ ১০ বছৰলৈ হ্ৰাস
পৰেশ বৰুৱাক পূৰ্বতে প্ৰাণদণ্ডৰ নিৰ্দেশ দিছিল বাংলাদেশৰ উচ্চ ন্যায়ালয়ে
সেইসকল হৈছে বাংলাদেশৰ জাতীয় নিৰাপত্তা চোৰাংচোৱা সংস্থাৰ বিষয়া
সম্পূৰ্ণ ৰেহাই পালে বাংলাদেশৰ তৎকালীন স্বৰাষ্ট্ৰ মন্ত্ৰী লুৎফুজ্জামান বাবৰে
বাবৰৰ লগতে উচ্চ ন্যায়ালয়ে ৰেহাই দিলে সেনা বিষয়াসহ আন ৪ জনক
এই অস্ত্ৰ সৰবৰাহৰ গোচৰত পূৰ্বে ১৮ জনৰ বিৰুদ্ধে ঘোষিত হৈছিল শাস্তি
২০০৪ চনৰ ১ এপ্ৰিলত ছট্টগ্ৰামত জব্দ হৈছিল ১০ ট্ৰাকভৰ্তি আগ্নেয়াস্ত্ৰ
সেই অস্ত্ৰ সৰবৰাহত আলফা জড়িত থকাৰ অভিযোগ হৈছিল উত্থাপন

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...