সাহিত্য অকাডেমিৰ অনুবাদ বঁটাপ্রাপক পংকজ ঠাকুৰৰ মৃত্যু

  • সাহিত্য অকাডেমিৰ অনুবাদ বঁটাপ্রাপক পংকজ ঠাকুৰৰ মৃত্যু
  • ৭৪ বছৰ বয়সত মৃত্যু বিশিষ্ট লেখকজনৰ
  • গুৱাহাটীস্থিত নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ
  • পাৰ্কিনছন আৰু আংশিক ডিমেনচিয়া ৰোগত আক্ৰান্ত আছিল ঠাকুৰ
  • বিয়লি ৩ বজাত নৱগ্ৰহ শ্মশানত শেষকৃত্য হ’ব লেখকগৰাকীৰ
  • ‘আজিৰ অসম কাকত’ৰ দেওবৰীয়া সংখ্যাৰ সম্পাদক আছিল ঠাকুৰ
  • Times Of Indiaৰ ‘আমাৰ সময়’ আলোচনীৰ সম্পাদক আছিল ঠাকুৰ
  • ‘বিদীৰ্ণ বাঘজাই’ৰ বাবে লাভ কৰিছিল সাহিত্য অকাডেমী অনুবাদক বঁটা
  • ২০১২ চনত সাহিত্য অকাডেমী অনুবাদক বঁটা লাভ ঠাকুৰৰ
  • ‘জীৱন যুক্তিৰ বাহিৰত’ হৈছে পংকজ ঠাকুৰৰ অন্যতম গ্ৰন্থ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...