এম্বুলেন্স, ফায়াৰ চাৰ্ভিছৰ বাদে সকলোৱে দিব লাগিব OVER SPEEDING FINE

ৰাষ্ট্ৰীয় ঘাইপথৰ OVER SPEEDING FINE সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য

  • আচলতে MVI ACTত এইটো প্ৰভিজন আছে
  • কোন স্থানত কিমান স্পীড থাকিব ৰাজপথ প্ৰাধিকৰণে নিৰ্ণয় কৰিব
  • ভাৰত চৰকাৰে ২০২০ চনত সংশোধন কৰি ২০ হাজাৰ টকালৈকে বৃদ্ধি কৰিছে
  • ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হৈছে এই নিয়ম
  • ইন্টাৰচেপ্তৰৰ যোগেদি পৰিবহন বিভাগে এই ব্যৱস্থা কৰি আছে
  • বাহনৰ মালিকৰ নামত ই চালান হ’ব অত্যধিক স্পীডৰ বাবে
  • ৭০০০ তকৈ অধিক লোক ২০২০-২০২১ত দুৰ্ঘটনাত আহত হৈছে
  • চুপ্ৰিম ক’ৰ্টক আমি এই সকলো বিষয় জনাব লাগে
  • আমি যাতে সুৰক্ষিতভাৱে ভ্ৰমণ কৰিব পাৰো তাৰ বাবে এই ব্যৱস্থা
  • ৩৭নং হাইৱে’ৰ অসম্পূৰ্ণ কাম সন্দৰ্ভত মই ৰাজপথ প্ৰাধিকৰণক জনাম
  • যিমান দুৰ্ঘটনা হৈছে ৭৫ শতাংশ দুৰ্ঘটনা অভাৰ স্পীডৰ বাবে হৈছে
  • আপোনালোকৰ সকলোৰে এই ক্ষেত্ৰত সহায় সহযোগ বিচাৰিছো
  • হাইৱে’ অথৰিটিয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি আছে
  • গাড়ীৰ পাছফালে ৰিফ্লেক্টৰ লগাবলৈ কোৱা হৈছে
  • স্পীড লিমিট সকলোৰে ক্ষেত্ৰত একেই থাকিব
  • মাত্ৰ এম্বুলেন্স আৰু ফায়াৰ চাৰ্ভিছে ৰেহাই পাব
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...