মন্ত্ৰীৰ ব্যক্তিগত সচিবৰ সহায়কৰ ঘৰত ধনৰ পাহাৰ

নিৰ্বাচনৰ মাজতে ঝাৰখণ্ডত জব্দ কোটি কোটি টকা। ৰাঁচীত EDৰ অভিযানত জব্দ ২০ কোটিৰো অধিক ধন। ৰাঁচীৰ কেইবা স্থানতো EDৰ অভিযান। মন্ত্ৰী আলমগিৰ আলমৰ ব্যক্তিগত সচিবৰ সহায়কৰ ঘৰত জব্দ ধনখিনি। আমলগিৰ আলম ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন মন্ত্ৰী। মন্ত্ৰীৰ ব্যক্তিগত সচিবজনৰ নাম সঞ্জীৱ লাল। গ্ৰামোন্নয়ন বিভাগৰ কেলেংকাৰিৰ গোচৰৰ তদন্ত চলাইছিল ED-এ। ফেব্ৰুৱাৰীতেই ED-ৰ হাতত গ্ৰেপ্তাৰ হৈছিল গ্ৰামোন্নয়ন বিভাগৰ মুখ্য অভিযন্তা বীৰেন্দ্ৰ ৰাম। ঘটনাৰ তদন্তৰ অংশস্বৰূপে ৰাঁচীত চলিছে EDৰ অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...