দেশজুৰি PFIৰ ১০০ৰো অধিক নেতা-কৰ্মীক গ্ৰেপ্তাৰ!

  • পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়া (PFI)ৰ বিৰুদ্ধে দেশজুৰি অভিযান
  • দেশৰ বিভিন্ন স্থানত NIA আৰু EDৰ যৌথ অভিযান
  • PFIৰ বিৰুদ্ধে প্ৰথমটো তীব্ৰ অভিযান তদন্তকাৰীৰ সংস্থাৰ
  • দেশজুৰি PFIৰ ১০০ৰো অধিক নেতা-কৰ্মীক গ্ৰেপ্তাৰ
  • উত্তৰ প্ৰদেশ, তেলেংগানা, কেৰালা, অন্ধ্ৰপ্ৰদেশত অভিযান
  • দিল্লী, মধ্যপ্ৰদেশ, অসমতো অভিযান চলিছে NIA-EDৰ
  • বিহাৰ, কৰ্ণাটকতো তীব্ৰতৰ অভিযান NIA-EDৰ
  • দেশৰ অতিকমেও ১০০ স্থানত PFIৰ বিৰুদ্ধে অভিযান
  • কেৰালাত PFIৰ সভাপতিক গ্ৰেপ্তাৰ NIAৰ
  • গুৱাহাটীৰ হাতীগাঁওস্থিত PFI কাৰ্যালয়ত NIAৰ অভিযান
  • ছয়গাঁও, নগৰবেৰাতো PFIৰ বিৰুদ্ধে বৃহৎ অভিযান
  • কামৰূপৰ নগৰবেৰাৰ পৰা ৪ PFI নেতাক গ্ৰেপ্তাৰ
  • গ্ৰেপ্তাৰ হাফিজ ৰফিকুল ইছলাম, ৰবিউল হুছেইন
  • আব্দুৰ ৰেজ্জাক আৰু ইছলাম ভূঞাক গ্ৰেপ্তাৰ
  • PFI নেতা আমিনুল হককো গ্ৰেপ্তাৰ অভিযানকাৰী দলৰ
  • PFIৰ উত্তৰ-পূব আঞ্চলিক সম্পাদক আমিনুল হক
  • হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ PFIৰ উত্তৰ-পূব আঞ্চলিক সম্পাদকজনক
  • সোমবাৰৰ পৰাই ছেগা-চোৰাকাকৈ চলিছিল অভিযান
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...