ONGCত চাকৰিৰ সুযোগ, দৰমহা মাহে ৬৬ হাজাৰ টকা

চৰকাৰী চাকৰিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ বাবে ভাল খবৰ। অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেচন লিমিটেডত খালী হৈছে পদ। জুনিয়ৰ কনচালটেণ্ট আৰু এছচিয়েট কনচালটেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৩৬টা খালী পদৰ বাবে আজিৰ ভিতৰত কৰিব লাগিব আবেদন। ইয়াৰে ২২টা এছচিয়েট কনচালটেণ্ট আৰু ১৪টা জুনিয়নৰ কনচালটেণ্ট পদ। ৬৫ বছৰ বয়সলৈকে প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। এছচিয়েট কনচালটেণ্টৰ দৰমহা প্ৰতি মাহে ৬৬ হাজাৰ। আনহাতে, জুনিয়ৰ কনচালটেণ্টৰ পাৰিতোষিক মাহিলী ৪০ হাজাৰ টকা।
কেনেকৈ কৰিব আবেদন?
•প্ৰাৰ্থীসকলে ongcindia.comত ক্লিক কৰিব লাগিব
•ৱেবচাইটৰ হোম পেজৰ ৰিক্ৰুটমেণ্ট নটিচ অপচনত ক্লিক কৰিব লাগিব
•Recruitment of retired ONGC from Production and drilling disciplines for junior consultants and associate consultants for well services at cambayত ক্লিক কৰিব লাগিব
•এপ্লাই অনলাইন অপচনত ক্লিক কৰিব লাগিব
•সবিশেষ পূৰণ কৰিব লাগিব
•এপ্লিকেচন ফৰ্ম পূৰণৰ পাছতে প্ৰিণ্ট উলিয়াব পাৰিব

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...