বৃহৎ পৰিমাণৰ ড্ৰাগছসহ জালত গ্ৰাহক আৰু ব্যৱসায়ী

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত নামদাং কলিয়ৰী অঞ্চলত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। আজি মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতিম দাস আৰু উপ পৰিদৰ্শক ৰাজশ্ৰী বুঢ়াগোঁহাইৰ নেতৃত্বত অতি কৌশলেৰে অভিযান চলাই ৰণি তামাং নামৰ গ্ৰাহকসহ দেচ বাহাদুৰ লামা ওৰফে পাগলা নামৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ীক হেৰ’ইনসহ আটক কৰে। ড্ৰাগছখিনি হাবিত লুকুৱাই ৰাখিছিল। লামা দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ব্যৱসায়ৰে জড়িত থকাৰ অভিযোগ আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

লাডাখত ২২,০০০ ফুট উচ্চতাত DRDOৰ স্বদেশী কম্বেট পেৰাচ্যুট ছিষ্টেমৰ সফল পৰীক্ষণ

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ অধীনস্থ Aerial...

ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ-প্ৰজন্মক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্রীলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

সম্প্রতি ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ...