প্ৰধান শিক্ষকে সহকৰ্মীক চলালে যৌন নিৰ্যাতন!

ৰাজ্যত পুনৰ চাঞ্চল্যকৰ যৌন নিৰ্যাতনৰ ঘটনা। প্ৰধান শিক্ষকৰ বিৰুদ্ধে অস্থায়ী সহকৰ্মীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। বকোৰ ৰৌমাৰীত চাঞ্চল্যকৰ ঘটনা।

প্ৰধান শিক্ষক মোহন চন্দ্ৰ ৰাভাক গ্ৰেপ্তাৰৰ দাবী। একাংশ মহিলাই ঘেৰাও কৰে বকো থানা। শিক্ষাৰ্থী সহিতে কোনো নথকাৰ সুযোগ লৈ নিৰ্যাতন। দীৰ্ঘদিন ধৰি অশ্লীল ইংগিত দিয়াৰো অভিযোগ।

ঘটনা সন্দৰ্ভত বকো আৰক্ষী থানাত এজাহাৰ দাখিল ভূক্তভোগীৰ। ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ত এই বিতৰ্কিত ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ঐতিহাসিক পদক্ষেপ: গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি...

ভাৰতৰ দৰে বাংলাদেশতো শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী: গঠন হ’ল ‘ব্ৰইলাৰ চিকেন পাৰ্টী’

বৰ্তমান ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ মাজত...

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...