নিষিদ্ধ ড্ৰাগছসহ জালত ছোনি মেছ

ৰাজ্যত অব্যাহত ড্ৰাগছৰ সৰবৰাহ। আৰক্ষীৰ তীব্ৰ অভিযানৰ মাজতো একাংশই চলাই গৈছে ড্ৰাগছৰ বেহা। মেৰাপানী সীমান্তত নিষিদ্ধ ড্ৰাগছসহ এজনক আটক। মেৰাপানী বজাৰৰ পৰা বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰে ছোনি মেছ নামৰ এজন ব্যক্তিক। আটকাধীন ব্যক্তিজনে দীৰ্ঘদিন ধৰি নাগালেণ্ডলৈ সৰবৰাহ কৰি আছিল নিচাযুক্ত টেবলেট। এক গোপন সূত্ৰৰ পম খেদি মেৰাপানী আৰক্ষীয়ে আজিবৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী ছোনি মেছক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...