অমিক্রনৰ দ্রুত সংক্রমণক লৈ দেশত উদ্বিগ্নতা বৃদ্ধি, ৬খনকৈ ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎ

  • অমিক্রনৰ দ্রুত সংক্রমণক লৈ দেশত উদ্বিগ্নতা বৃদ্ধি
  • সংক্রমণ ৰোধৰ বাবে ৰাজ্যই ৰাজ্যই কঠোৰ ব্যৱস্থা
  • দেশৰ ৬খনকৈ ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎ
  • মহাৰাষ্ট্র, মধ্যপ্রদেশ, গুজৰাটত নৈশ সান্ধ্য আইন
  • নৈশ সান্ধ্য আইন বলৱৎ হাৰিয়ানা, কৰ্ণাটক, উত্তৰ প্রদেশতো
  • নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ থাকিব নৈশ সান্ধ্য আইন
  • ৰাজধানী দিল্লীত সমাৱেশ আয়োজনত নিষেধাজ্ঞা
  • দেশত এতিয়ালৈ অমিক্ৰন আক্রান্তৰ সংখ্যা ৩৫৮জনলৈ বৃদ্ধি
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...