উত্তৰ পূৱ

কামৰূপ জিলাৰ ১৬০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ নিৰ্দেশ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

গুৱাহাটী, ৩০ জুন, NKTV: বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কামৰূপ জিলাৰ বন, আৱকাৰী আৰু মীন বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰি জিলাখনৰ ১৬০ হেক্টৰ মাটি পৰ্যায়ক্ৰমে বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ দিছে।...

বিপিএফৰ সৈতে শাসকীয় বিজেপি দলৰ মিত্ৰতাৰ নৱীকৰণকলৈ কি ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

গুৱাহাটী, ৩০ জুন, NKTV: মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিপিএফ (Bodoland People’s Front)ৰ শীৰ্ষ নেতা সকলে ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নেতৃত্বাধীন মিত্রজোঁট পুনৰ একত্ৰিত...

অচিৰেই অসমে লাভ কৰিব এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পূৰ্ণাংগ ষ্টেডিয়াম

গুৱাহাটী, ২৮ জুন, NKTV: ৰাজ্যৰ ক্ৰীড়া অনুৰাগীৰ বাবে সুখবৰ। অসমত আৰম্ভ হৈছে আন এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পূৰ্ণাংগ ষ্টেডিয়ামৰ কাম। অচিৰেই সম্পূৰ্ণ হৈ উঠিব বস্ত্ৰ নগৰী শুৱালকুছিত...

খহি পৰিল বঙাইগাঁও তেল শোধনাগাৰৰ বেৰ

গুৱাহাটী, ২৮ জুন, NKTV: ভাঙি পৰিল চিৰাং জিলাৰ অন্তৰ্গত বঙাইগাঁও তেল শোধনাগাৰৰ বেৰ। কোনোমতে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল স্থানীয় লোক। পুৱাৰে পৰা হৈ থকা নেৰা নেপেৰা...

কেনেকৈ চলিব শিক্ষা ব্যৱস্থা? অসম বিজ্ঞান সমিতিয়ে শিক্ষামন্ত্ৰীক দাখিল কৰিলে প্ৰতিবেদন

গুৱাহাটী, ২৮ জুন, NKTV: শিক্ষামন্ত্ৰী ৰনোজ পেগুক প্ৰতিবেদন দাখিল কৰিলে অসম বিজ্ঞান সমিতিয়ে। ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে বৰ্তমান ৰাজ্যত অব্যাহত থকা ৰাজ্যৰ শৈক্ষিক পৰিস্থিতি সন্দৰ্ভত SOP প্ৰস্তুত...

Popular