অম্বুবাচী মেলাৰ সময়ছোৱাত গুৱাহাটীত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা

  • ২১ জুনৰ পৰা ২৭ জুনলৈ অনুষ্ঠিত হ’ব অম্বুবাচী মেলা
  • এই সময়ছোৱাত কামৰূপ মহানগৰত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা
  • অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশনা জাৰি শিক্ষা বিভাগৰ
  • গুৱাহাটী মহানগৰীৰ চৰকাৰী-ব্যক্তিগত বিদ্যালয়লৈ এই নিৰ্দেশনা
  • কামৰূপ মহানগৰ জিলা শিক্ষা সমন্বয়কে জাৰি কৰিলে নিৰ্দেশনা
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...