অসমত হোৱা নাই অমিক্ৰনৰ সংক্ৰমণ

  • অসমত ধৰা পৰা নাই অমিক্ৰনৰ সংক্ৰমণ
  • তেজপুৰৰ এক ভুৱা খবৰক লৈ ৰাজ্যজুৰি চাঞ্চল্য
  • চৌদি আৰৱৰ পৰা অহা লোকজন আক্ৰান্ত ক’ভিডত
  • ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰকে অমিক্ৰণত আক্ৰান্ত হোৱা বুলি ভুৱা খবৰ বিয়পিল
  • সাধাৰণ পৰীক্ষাগাৰত অমিক্ৰনৰ পৰীক্ষণ সম্ভৱ নহয়
  • দেওবাৰৰ দিনটোত পুনৰ ৩ জন লোক নতুনকৈ আক্ৰান্ত অমিক্ৰণত
  • আক্ৰান্ত লোক কেইজন চণ্ডীগড়, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকৰ
  • তিনিওজন লোকেই আহিছিল বিদেশ ভ্ৰমণৰ পৰা
  • বৰ্তমানলৈকে ভাৰতত অমিক্ৰণ ধৰা পৰিছে মুঠ ৩৬ জন লোকৰ দেহত
  • অসমে অমিক্ৰণৰ বিৰুদ্ধে যুঁজিবলৈ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...