NKTV Impact | জাগীৰোডৰ দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিল মন্ত্রী পীযুষ হাজৰিকা

  • ‘জনসাধাৰণ LIVE’ত জাগীৰোড সমষ্টিৰ এক দুৰ্ভগীয়া পৰিয়াল
  • শাৰীৰিকভাৱে বিশেষ সক্ষম দুটাকৈ সন্তান; মাতৃ নিঃসহায়
  • পৰিয়ালটোকলৈ আৱেগিক হৈ পৰিছিল অনুপম চক্ৰৱৰ্তী
  • অৱশেষত মন্ত্রী পীযুষ হাজৰিকাৰ চকুত পৰিল পৰিয়ালটো
  • অনুপম চক্ৰৱৰ্তীলৈ ফোন মন্ত্রী পীযুষ হাজৰিকাৰ ব্যক্তিগত সচিব পিনাকী দাসৰ

‘পৰিয়ালটোক সহায় কৰিবলৈ আমি পূৰ্বৰে পৰা প্ৰস্তুত আছিলোঁ’

‘কেৱল তেওঁলোক লাহৰিঘাটৰ পৰা উঠি অহাৰ বাবে কিছু ফৰ্মেলিটি কৰিব লাগিব’

‘লাহৰিঘাটৰ পৰা জাগীৰোড সমষ্টিৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ অনিচ্ছুক পৰিয়ালটো’

‘আমি আকৌ চেষ্টা কৰিম, তেওঁলোকৰ নাম সমূহ জাগীৰোড সমষ্টিৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ’

‘ৰেচন কার্ডকে ধৰি প্ৰয়োজনীয় সকলোবোৰ কাগজ পত্র সালসলনি হ’লেই তেওঁলোকৰ সকলো অভাৱ দূৰ কৰিবলৈ মন্ত্রী প্ৰস্তুত…’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...