সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক নেতা। কেনে কাপোৰ পৰিধান কৰিছিল ৮০ৰ দশকৰ মানুহে? যুৱকসকলৰ মাজত চুলিৰ কোনটো ষ্টাইল আছিল অধিক জনপ্ৰিয়। কোনবোৰ সাজ আছিল যুৱতীসকলৰ অতি পছন্দৰ? সামাজিক মাধ্যমত এতিয়া চলিছে ’80s vibes ট্ৰেণ্ড। বহুজনে AIৰ জৰিয়তে নিজকে সজাইছে আশীৰ দশকত সজোৱাৰ দৰে। বহুতৰ বাবে এই ট্ৰেণ্ড হৈ পৰিছে নষ্টালজিয়া। নিজকে ৮০ৰ দশকৰ মানুহৰ দৰে সজাই এৰি অহা সময়বোৰ যেন পুনৰ উভতাই পাইছে বহুজনে।

বাদ পৰা নাই ক্ৰিকেটাৰ নাইবা অভিনেতাও। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিজকে সজালে ৮০ৰ দশকৰ দৰে।

বাদ নপৰিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰঞ্জিত কুমাৰ দাসো।

৮০ৰ দশকৰ ৰূপেৰে আপুনিও নিজকে সজালেনে? ’80s vibesত আপোনাক দেখিবলৈ কেনে লাগিছে? কমেণ্টত আপোনাৰ এখন ফটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...