দুৰ্গা পূজাৰ নৱমী-দশমীত গুৱাহাটীত সংঘটিত হ’ল ৫৯ টাকৈ পথ দুৰ্ঘটনা

দুৰ্গা পূজাৰ নৱমী-দশমীত গুৱাহাটীত সংঘটিত হ’ল ৫৯ টাকৈ পথ দুৰ্ঘটনা। পূজাৰ সময়ত গুৱাহাটীত পথ দুৰ্ঘটনাত মৃত্যু এজন বাইক আৰোহীৰ। গুৱাহাটীকে ধৰি পাৰ্শ্বৱৰ্তী এলেকাত সৰ্বমুঠ ১২০ টা পথ দুৰ্ঘটনা। দুৰ্ঘটনাত আহত হয় ১১২ জন পুৰুষ। দুৰ্গা পূজাত দুৰ্ঘটনাত পতিত হৈ আহত হয় ৮ গৰাকী মহিলা। বৰ্তমানেও GMCHত চিকিৎসাধীন ২৪জন আহত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...