কাইলৈ অসমীয়া প্ৰশ্নকাকত থানাৰ পৰা চমজি নল’বলৈ নিৰ্দেশ SEBAৰ

পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক তথা শিক্ষা বিষয়ালৈ ছেবাৰ জৰুৰী নিৰ্দেশনা
কাইলৈ অসমীয়া প্ৰশ্নকাকত থানাৰ পৰা চমজি নল’বলৈ নিৰ্দেশ
থানালৈ গৈ পুনৰ ছীল কৰিব লাগিব অসমীয়াৰ প্ৰশ্নকাকতৰ টোপোলা
ছীল কৰোঁতে উপস্থিত থাকিব লাগিব থানা-আৰক্ষী চকীৰ OC
উপস্থিত থাকিব লাগিব পৰীক্ষা কেন্দ্ৰত নিয়োজিত বিষয়া
উপস্থিত থাকিব লাগিব জ্যেষ্ঠ শিক্ষক
অসমীয়া বিষয়ৰ প্ৰশ্নকাকত নতুনকৈ প্ৰেৰণ কৰা হ’ব
অসমীয়াৰ লগতে আন ভাৰতীয় ভাষাৰ পৰীক্ষাও ১ এপ্ৰিলতে
অসমীয়াৰ নতুন প্ৰশ্নকাকত যদিও আন ভাষাৰ বৰ্তমানৰ প্ৰশ্নকাকতেৰেই পৰীক্ষা
অসমীয়াৰ ছীলবন্ধ পেকেটসমূহ ছেবাই পিছত সংগ্ৰহ কৰিব
শুকুৰবাৰে ৰাজ্যৰ স্কুল পৰিদৰ্শকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স
সকলো পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক, থানাৰ OCক নিৰ্দেশ প্ৰদানৰ দায়িত্ব
শনিবাৰে আছিল অসমীয়াসহ সকলো ভাৰতীয় ভাষাৰ পৰীক্ষা
সকলো ভাষাৰ প্ৰশ্নকাকতেই জমা আছে থানা-আৰক্ষী চকীত
অসমীয়াৰ প্ৰশ্নকাকত ছীল কৰিব কেন্দ্ৰ তত্বাৱধায়কে
অন্যান্য ভাষাৰ প্ৰশ্নকাকত কেন্দ্ৰলৈ যাতে নিনিয়ে তাৰ বাবে কঠোৰ নিৰ্দেশ
ভাৰতীয় ভাষাৰ পৰীক্ষা ১ এপ্ৰিলত পুনৰ ঘোষণাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশ

NKTV Digital
Author: NKTV Digital

4 COMMENTS

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...