২২ জুনলৈকে বন্ধ আন্তঃজিলা যাতায়াত | নতুন SOPৰ সৱিশেষ

ক’ভিড সম্পৰ্কে নতুন SOP ৰাজ্য চৰকাৰৰ

  • গুৱাহাটীত দুপৰীয়া ২ বজাৰ পৰা সান্ধ্য আইন
  • পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন
  • কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়ত কঠোৰ সান্ধ্য আইন
  • শোণিতপুৰ, নগাঁৱতো কঠোৰভাৱে বলৱৎ হ’ব সান্ধ্য আইন
  • ৰাজ্যৰ ৮খন জিলাত ১২ঘণ্টীয়া কাৰ্ফিউ
  • ৮ জিলাত সন্ধিয়া ৫ৰ পৰা পুৱা ৫লৈ ১২ ঘণ্টীয়া কাৰ্ফিউ
  • মাজুলী, বঙাইগাঁও, চিৰাঙত ১২ ঘণ্টীয়া কাৰ্ফিউ
  • পঃ কাৰ্বি আংলং, ওদালগুৰিত ১২ ঘণ্টীয়া কাৰ্ফিউ
  • দঃ শালমাৰা, ডিমা হাছাও, চৰাইদেউত ১২ঘণ্টীয়া কাৰ্ফিউ
  • আন জিলাসমূহত বলৱৎ থাকিব কাৰ্ফিউৰ বৰ্তমানৰ SOP
  • নগৰ অঞ্চলৰ ৫% হ’ব কণ্টেইনমেণ্ট জ’ন
  • গ্ৰামাঞ্চলৰ ১০% হ’ব কণ্টেইনমেণ্ট জ’ন
  • হাফলঙৰ সংবাদমেলত এই ঘোষণা স্বাস্থ্য মন্ত্ৰীৰ
  • নতুন SOPসমূহ বলৱৎ থাকিব ২২ জুনৰ পুৱা ৫ বজালৈ
  • সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব
  • মৃতকৰ শেষকৃত্যত সৰ্বাধিত ১০জন লোক থাকিব পাৰিব
  • বজাৰ-সমাৰ বন্ধ হৈ থাকিব
  • জৰুৰীকালীন সেৱাসমূহ খোলা থাকিব
  • ২২ জুনৰ পুৱা ৫ বজালৈ আন্তঃজিলা যাতায়াত বন্ধ
  • পৰিস্থিতি উন্নত নহ’লে ৫ জিলাত ২১ জুনৰ পৰা লকডাউন
  • কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়ত লকডাউনৰ সম্ভাৱনা
  • শোণিতপুৰ, নগাঁৱতো লকডাউনৰ সম্ভাৱনা
  • এই ৫ জিলাত সংক্ৰমণ ৰোধৰ বাবে কঠোৰ হ’ব চৰকাৰ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...