দিঠকত পৰিণত নীৰজ চোপ্রাৰ আন এক সপোন

টকিঅ’ অলিম্পিকৰ পৰা ঐতিহাসিক স্বর্ণ পদক কঢ়িয়াই অনা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাৰ আন এটা সপোন দিঠকত পৰিণত হৈছে। জেভলিন থ্ৰোত ভাৰতৰ প্ৰথমটো অলিম্পিক পদক অৰ্জন কৰা নীৰজে শনিবাৰে টুইট কৰি আন এক সপোন পূৰণৰ কথা উল্লেখ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...