ৰাষ্ট্ৰীয়

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত হ’ল অদ্ভুত ঘটনা। মন্ত্ৰীক আদৰণি জনাবলৈ গৈ প্ৰায় ৭ লাখ টকা মূল্যৰ সোণৰ চেইন হেৰুৱালে...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩ চনৰ ২৫ মে'ত ভাৰতৰ চত্তীশগড় ৰাজ্যৰ চুকমা জিলাৰ ঝীৰাম ঘাটিত সংঘটিত এক ভয়ংকৰ আৰু জঘন্য...

নেপালৰ ভয়ংকৰ বানত এতিয়াও সন্ধানহীন ২৭৫ গৰাকী ভাৰতীয়

নেপালত ভয়ংকৰ বান আৰু ভূমিস্খলনে সৃষ্টি কৰা ব্যাপক ধ্বংসযজ্ঞৰ মাজতে এতিয়াও ২৭৫গৰাকী ভাৰতীয় নাগৰিক সন্ধানহীন হৈ আছে। ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে প্ৰকাশ কৰা...

‘চাইবাৰ অপৰাধীৰ বিৰুদ্ধে CBIৰ দেশজোৰা অভিযান: ২০ ৰাজ্যৰ ৮৯ স্থানত তালাচী, ৩ অভিযুক্তক গ্ৰেপ্তাৰ

দেশজুৰি বৃদ্ধি পোৱা চাইবাৰ অপৰাধৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI)-এ। Operation Chakra-VIৰ অধীনত তিনিটা গুৰুত্বপূৰ্ণ গোচৰৰ তদন্তত CBIয়ে একেলগে ২০খন...

আজি জন্মাষ্টমীঃ অধৰ্ম বিনাশী প্ৰেম আৰু ধৰ্মৰ বাণী কঢ়িয়াই আজি আগমন ভগৱান শ্ৰীকৃষ্ণৰ

আজি জন্মাষ্টমী তথা ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ; হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ। ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত সমগ্ৰ দেশজুৰি পালন কৰা হয় কৃষ্ণ জন্মোৎসৱ।...

Popular