ৰাষ্ট্ৰীয়

ঈশ্বৰপুত্ৰৰ আজি প্ৰথম পূণ্যতিথি; শ্ৰদ্ধাত নত অসম, সুৰত সজীৱ স্মৃতি

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম পূণ্যতিথি। জুবিন গাৰ্গৰ স্মৃতিক সুঁৱৰি সমগ্ৰ অসমতে পালন কৰা হৈছে ‘জুবিন দিৱস’। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা অনুৰাগী,...

আৰব সাগৰত ভাৰত-পাকিস্তানৰ যুদ্ধ জাহাজৰ সংঘৰ্ষ! পাকিস্তানৰ অভিযোগ খাৰিজ ভাৰতৰ

আৰব সাগৰত ভাৰতীয় আৰু পাকিস্তানী নৌসেনাৰ যুদ্ধ জাহাজৰ সংঘৰ্ষক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত তীব্ৰ বাকযুদ্ধ আৰম্ভ। পাকিস্তানৰ অভিযোগ পোনপটীয়াকৈ খাৰিজ কৰি ভাৰতৰ স্পষ্ট...

সুদীর্ঘ ৩৭ বছৰৰ পাছত সেনা মেডেল বঁটা বিজয়ীসকলে লাভ কৰিব বিনামূলীয়াকৈ AC ৰে’লত ভ্ৰমণৰ সুবিধা

সশস্ত্ৰ বাহিনীৰ বীৰত্ব পদকপ্ৰাপকসকলৰ বাবে বিশেষ সুবিধা ঘোষণা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ। সেনা পদক, নৌসেনা পদক আৰু বায়ুসেনা পদকপ্ৰাপকসকলে এতিয়াৰে পৰা ভাৰতীয় ৰে’লৱেত আজীৱন বিনামূলীয়াকৈ যাত্ৰা...

‘আপোনাৰ সুস্বাস্থ্য, শক্তি আৰু সফলতা কামনা কৰিছোঁ’ — মোদীক জন্মদিনৰ শুভেচ্ছা মেল’নিৰ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৬সংখ্যক জন্মদিন উপলক্ষে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিয়ে জনালে আন্তৰিক শুভেচ্ছা। বৃহস্পতিবাৰে সামাজিক মাধ্যম Xৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন...

ছেমিকণ্ডাক্টৰ খণ্ডত ভাৰতৰ নতুন দিগন্ত; নতুন দিল্লীত SEMICON India 2026 সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মদিনৰ দিনাই নতুন দিল্লীৰ যশোভূমিত উদ্বোধন কৰে SEMICON India 2026। তিনিদিনীয়া এই সন্মিলনৰ মূল লক্ষ্য হৈছে ভাৰতত ছেমিকণ্ডাক্টৰ খণ্ডত সহযোগিতা, বিনিয়োগ,...

Popular