ৰাষ্ট্ৰীয়

পাক-অধিকৃত কাশ্মীৰত অনুপ্ৰৱেশৰ চেষ্টা বিফল; লেণ্ডমাইন বিস্ফোৰণত নিহত লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰসহ ৪ পাকিস্তানী সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখা (LoC) অতিক্ৰম কৰি ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তে বিস্ফোৰণত নিহত হৈছে চাৰিজন পাকিস্তানী সন্ত্ৰাসবাদী। নিহতসকলৰ ভিতৰত লস্কৰ-ই-তৈবা (LeT)ৰ এজন...

নতুন দিল্লীত আজি প্ৰথমবাৰৰ বাবে BIMSTECৰ গৃহমন্ত্ৰীসকলৰ বৈঠক ; সন্ত্ৰাসবাদ আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধ দমনৰ লগতে আঞ্চলিক নিৰাপত্তা সুদৃঢ় কৰাৰ লক্ষ্যৰে বিশেষ আলোচনা

ভাৰতে আজি নতুন দিল্লীত প্ৰথমবাৰৰ বাবে BIMSTECৰ গৃহমন্ত্ৰীসকলৰ বৈঠক আয়োজন কৰিব। সন্ত্ৰাসবাদ, আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ, নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ, উগ্ৰপন্থী মনোভাবৰ প্ৰসাৰ, মানৱ সৰবৰাহ, অবৈধ...

২০২৬ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা ঘোষণা; অৰ্থনৈতিক স্থিতিশীলতা সম্পৰ্কীয় গৱেষণাৰ বাবে আমেৰিকাৰ দুই অৰ্থনীতিবিদ ৰ’বাৰ্ট ই হল, মাইকেল উডফ’ৰ্ডলৈ অৰ্থনীতিৰ ন’বেল

অৰ্থনৈতিক স্থিতিশীলতা সম্পৰ্কীয় গৱেষণাৰ বাবে আমেৰিকাৰ দুইগৰাকী অৰ্থনীতিবিদ ৰবাৰ্ট হল আৰু মাইকেল উডফৰ্ডে ২০২৬ চনৰ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছে। সোমবাৰে ৰয়েল ছুইডিছ একাডেমী...

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ৰাহুল গান্ধীৰ নেতৃত্বত INDIA মিত্ৰজোঁটৰ প্ৰতিবাদী সমদল, উচ্চতম ন্যায়ালয় অভিমুখে যাত্ৰা

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ‘চলো দিল্লী – গণতন্ত্ৰৰ বাবে পদযাত্ৰা’ শীৰ্ষক আহ্বানৰ অধীনত INDIA মিত্ৰজোঁটৰ এক প্ৰতিবাদী সমদলৰ নেতৃত্ব দি উচ্চতম ন্যায়ালয়ৰ অভিমুখে যাত্ৰা...

হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে শোকসন্তপ্ত পৰিয়ালটোক সাক্ষাৎ কৰিবলৈ হিমাশ্ৰী বড়োৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।...

Popular