ৰাষ্ট্ৰীয়

বৰ্ণাঢ্য ফুটবল কেৰিয়াৰ সামৰিবলৈ সাজু হৈছে সুনীল ছেত্ৰী

ভাৰতীয় ফুটবলৰ এটা যুগৰ হ’ব অৱসানবৰ্ণাঢ্য ফুটবল কেৰিয়াৰ সামৰিবলৈ সাজু হৈছে সুনীল ছেত্ৰীকলকাতাত ৬ জুনত ভাৰতৰ হৈ অন্তিম খেল খেলিব ছেত্ৰীয়েবিশ্বকাপৰ যোগ্যতা অৰ্জনৰ বাবে...

‘মা, মাটি আৰু মানুহ’ৰ শ্ল’গান দি ক্ষমতালৈ আহিছিল মমতা’

ৰাজ্যই ৰাজ্যই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিভিন্ন দলৰ শীৰ্ষ নেতৃত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহলৈকে, ৰাহুল গান্ধীৰ পৰা প্ৰিয়ংকা গান্ধীলৈকে সকলো ব্যস্ত নিৰ্বাচনী...

প্ৰধানমন্ত্ৰী মোদীৰ শিক্ষাগত অৰ্হতাৰ বিতৰ্কৰ ওৰ পৰিলনে?

দীৰ্ঘদিনে প্ৰধানমন্ত্ৰী মন্ত্ৰীৰ শিক্ষাগত অৰ্হতাক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰি আহিছে। বিশেষভাৱে ‘আপে’ মোদীৰ শিক্ষাগত অৰ্হতাক লৈ বিভিন্ন প্ৰশ্ন অৱতাৰনা কৰে। বাৰানসীৰ পৰা এইবাৰ...

নিৰ্বাচনৰ মাজতে ১৪ বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান

CAAৰ অধীনত দেশত প্ৰথমবাৰলৈ বিদেশীক প্ৰদান নাগৰিকত্ব। নিৰ্বাচনৰ মাজতে ১৪ বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান। CAAৰ অধীনত ভাৰতীয় নাগৰিকত্বৰ আবেদন কৰিছিল এই ১৪জনে। কেন্দ্ৰীয় গৃহ...

কাজিৰঙাৰ পাছতে পৰ্যটকৰ মাজত আকৰ্ষণ বৃদ্ধি হৈছে মানসক লৈ

ৰাষ্ট্রীয় উদ্যানখনত এতিয়া প্ৰকৃতিয়ে ছটিয়াই দিছে আবিৰ এজাৰ-কৃষ্ণচূড়া-ৰাধাচূড়াৰ ৰঙত বিধৌত মানস ৰাষ্ট্ৰীয় উদ্যান ভিন্নৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ চৌপাশ কাজিৰঙাৰ পাছতে ৰাজ্যৰ দ্বিতীয়খন পুৰণি ৰাষ্ট্ৰীয়...

Popular