ৰাষ্ট্ৰীয়

‘RCB য়ে IPL ট্ৰফী জয় নকৰালৈকে মই বিয়া নকৰো’!

এগৰাকী মহিলাৰ ইতিবাচক বেনাৰে খলকনি তুলিছে ছ'ছিয়েল মিডিয়াত।ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ৰ মন পৰশা বেনাৰবোৰে সকলোৰে মনযোগ আকৰ্ষণ কৰে। এজন পুৰুষৰ চাকৰি এৰি দিয়া প্লেকাৰ্ডৰ...

ডিব্ৰুগড়-পাছিঘাট পথত প্ৰথম বাণিজ্যিক বিমান উৰাণ!

মেক-ইন-ইণ্ডিয়া' ডৰ্ণিয়াৰ বিমানৰ আজি প্ৰথম বাণিজ্যিক উৰণ। এলায়েন্স এয়াৰে ফেব্ৰুৱাৰীত চৰকাৰৰ মালিকানাধীন এইচ এ এল ৰ সৈতে দুখন ১৭টা আসনৰ ডৰ্ণিয়াৰ ২২৮টা বিমান লীজত...

এণ্টি-টেংক গাইডেড মিছাইল ‘হেলিনা’ৰ সফল পৰীক্ষণ সম্পন্ন

আজি পোখৰাণত দেশৰ উচ্চ ক্ষমতাৰ এণ্টি-টেংক গাইডেড মিছাইল 'হেলিনা'ৰ সফল পৰীক্ষণ কৰা হয়। ভাৰতীয় সেনা, ভাৰতীয় বাযুসেনা আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ বিজ্ঞানীসকলে...

গুজৰাটৰ ৰাসায়নিক কাৰাখানাত বিস্ফোৰণ! ৬ শ্ৰমিকৰ থিতাতে মৃত্যু

গুজৰাটৰ আৰক্ষীয়ে জনোৱা অনুসৰি গুজৰাটৰ ভাৰুচ জিলাৰ এটা ৰাসায়নিক কাৰাখানাত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত ৬জন শ্ৰমিকৰ লগে লগে মৃত্যু হয়। জানিবপৰা মতে ঘটনাটো...

আমিষ-নিৰামিষ খাদ্য খোৱাক লৈ JNUত লংকাকাণ্ড!

আমিষ-নিৰামিষ খাদ্য খোৱাক লৈ JNUত লংকাকাণ্ডনিশা বিশ্ববিদ্যালয়খনত দুটা ছাত্ৰদলৰ মাজত প্ৰচণ্ড মাৰপিটমাৰপিটত গুৰুতৰভাৱে আহত কেইবাজনো ছাত্ৰABVPৰ সমৰ্থকে আমিষ খাদ্য খোৱাত বাধা দিয়াৰ অভিযোগৰাম নৱমী...

Popular