AMWAY এদিনতে ৪১১.৮৩ কোটি জব্দ, বিপদত পৰিব নেকি গ্ৰাহকসকল?

সোমবাৰে AMWAY INDIAৰ ৭৫৭ কোটি টকাৰ সম্পত্তি জব্দ কৰে EDয়ে। বিপণন কেলেংকাৰি সন্দৰ্ভত AMWAY INDIAৰ এই বিশাল সম্পত্তি জব্দ কৰা হয়। জব্দ কৰা সা-সম্পত্তিৰ ভিতৰত আছে তামিলনাডুৰ দিনদিগুল জিলাত থকা কোম্পানীটোৰ ভূমি আৰু কাৰখানাৰ লগতে বিভিন্ন যন্ত্ৰপাতি, গাড়ী, বেংক একাউণ্ট আৰু স্থায়ী জমা পুঁজি। ইয়াৰ ভিতৰত আছে ৪১১.৮৩ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি আৰু ৩৪৫.৯৪ কোটি টকাৰ পুঁজি। কোম্পানীটোৱে দীৰ্ঘদিন ধৰি মাৰ্কেটিং নেটৱৰ্কৰ নামত কেলেংকাৰি সংঘটিত কৰি আহিছিল বুলি EDয়ে প্ৰকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTM-ত ৮০ সংখ্যক স্বাধীনতা দিৱস দেশপ্ৰেমৰ উদ্দীপনাৰে উদযাপন

ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজী মেঘালয় (USTM)-এ শনিবাৰে বিশ্ববিদ্যালয়...

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ শক্তিশালী ভূকম্পন; ছুনামিৰ সতর্কবার্তা জাৰি

ইণ্ডোনেছিয়াৰ পূব উপকূলীয় অঞ্চলত শনিবাৰে এক তীব্র ভূকম্পন অনুভূত...