ৰাষ্ট্ৰীয়

বছৰৰ ৯ মাহ কৃষকে তাচ খেলি আৰু মদ্যপান কৰি কটায়! বিজেপি সাংসদৰ মন্তব্যক লৈ তীব্ৰ বিতৰ্ক

মধ্যপ্ৰদেশত কৃষকসকলক লৈ বিতৰ্কিত মন্তব্য কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰ। তেওঁৰ দাবী, বৰ্তমানৰ কৃষকসকলে বছৰৰ মাত্ৰ তিনিমাহহে কঠোৰ পৰিশ্ৰম কৰে।...

জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণ, আহত ২ CRPF জোৱান

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে দুগৰাকী কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)ৰ জোৱান। জিলাখনৰ মিৰবাজাৰ অঞ্চলত থকা এটা নিৰাপত্তা তালাচী চকীক লক্ষ্য কৰি...

উত্তৰাখণ্ডৰ প্ৰাক্তন মন্ত্ৰী হৰক সিং ৰাৱটৰ বিৰুদ্ধে অসমৰ এগৰাকী মহিলা জেনীৰ বিস্ফোৰক অভিযোগ; ন্যায়ৰ আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

উত্তৰাখণ্ডৰ ৰাজনীতিত তীব্ৰ চৰ্চা লাভ কৰিছে অসমৰ জেনী নামৰ এগৰাকী মহিলাৰ বিস্ফোৰক অভিযোগে। উত্তৰাখণ্ডৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছ নেতা হৰক সিং ৰাৱটৰ...

দীপাৱলীৰ পিছতে দিল্লীৰ বায়ু প্ৰদূষণৰ ৮০%ৰো অধিকৰ কাৰণ আতচবাজী! IITMৰ সমীক্ষাত পোহৰলৈ আহিল উদ্বেগজনক তথ্য

দীপাৱলীৰ পিছতে দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ আঁৰত আছে ফটকাৰ ধোঁৱা। ভাৰতীয় গ্রীষ্মমণ্ডলীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠান (IITM)-ৰ এক সমীক্ষা অনুসৰি, দীপাৱলীৰ পিছদিনা...

দীপাৱলীৰ আনন্দৰ মাজতে তেজেৰে ৰাঙলী উত্তৰ প্ৰদেশ; ফটকা ফুটোৱাক কেন্দ্ৰ কৰি গুলীচালনা, মূৰত গুলীবিদ্ধ ৰাষ্ট্ৰপতিৰ দেহৰক্ষী বাহিনীৰ জোৱান

দীপাৱলীৰ নিশা ফটকা ফুটোৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰাত উত্তৰ প্ৰদেশৰ বাগপত জিলাত গুলীবিদ্ধ হ’ল ৰাষ্ট্ৰপতিৰ দেহৰক্ষী বাহিনী (President’s Bodyguard)-ত...

Popular