ৰাষ্ট্ৰীয়

ভয়াৱহ বানৰ কবলত পৰিছে ত্ৰিপুৰাৰ বিস্তীৰ্ণ অঞ্চল

ভয়াৱহ বানৰ কবলত পৰিছে ত্ৰিপুৰাৰ বিস্তীৰ্ণ অঞ্চল। বানৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে বানাক্ৰান্তৰ হাহাকাৰো বৃদ্ধি পাইছে। শুকুৰবাৰে বিয়লি পৰ্যন্ত বানত মৃত্যু হৈছে ২২জনকৈ লোকৰ।...

চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ গোচৰৰ শুনানিত পশ্চিমবংগ চৰকাৰলৈ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

আৰ জি কৰ কাণ্ডৰ শুনানিৰ দ্বিতীয় দিন। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বিবুধিত ৰাজ্য চৰকাৰ। উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন– মৰণোত্তৰ পৰীক্ষাৰ পিছত কিদৰে অস্বাভাৱিক...

২৩ আগষ্টত ইউক্ৰেইনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে ইউক্ৰেইন ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ২১, ২২ আগষ্টত দুদিনীয়া পোলেণ্ড ভ্ৰমণ সামৰি ২৩ আগষ্টত ইউক্ৰেইনত উপস্থিত হ’ব...

নিৰ্বাচনৰ পূৰ্বে ঝাৰখণ্ডত ‘অপাৰেচন পদ্ম’

৬জন বিধায়কক লৈ দিল্লী যাত্ৰী চম্পাই ছোৰেনৰচম্পাই ছোৰেনৰ স্থিতিক লৈ তোলপাৰ ঝাৰখণ্ডৰ ৰাজনীতি বৰ্তমানলৈ দিন ঘোষণা হোৱা নাই যদিও ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ পূৰ্বে...

নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ হাথিয়াৰ হ’ব ‘৩৭০’?

নিৰ্বাচন ঘোষণাৰ পিছতে গৰম জম্ম-কাশ্মীৰৰ ৰাজনীতিনেচনেল কনফাৰেন্সৰ নিৰ্বাচনী ইছ্যু ‘৩৭০’বিধানসভাত প্ৰস্তাৱ ল’ব ‘৩৭০’ বাতিলৰ বিৰুদ্ধে ২০১৪ চনৰ পৰা বিধানসভা নিৰ্বাচন অনুষ্ঠিত নোহোৱা জম্মু-কাশ্মীৰত এতিয়া বলিছে...

Popular