INDIA TV-CNXৰ অপিনিয়ন প’লত কেন্দ্ৰত পুনৰ NDA চৰকাৰৰ ইংগিত

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ইণ্ডিয়া টিভিৰ অপিনিয়ন প’ল

ইণ্ডিয়া টিভি CNXৰ অপিনিয়ন প’লত কেন্দ্ৰত পুনৰ NDA চৰকাৰৰ ইংগিত

NDAএ ৩৭৮ খন লাভ কৰিব বুলি অপিনিয়ন প’লত প্ৰকাশ

I.N.D.I.A মিত্ৰজোঁটে ৯৮ খন আসন লাভ কৰাৰ ইংগিত

বিজেপিয়ে ৩৩৫ খন আসন লাভ কৰিব বুলি প্ৰকাশ

কংগ্ৰেছে মাত্ৰ ৩৭ খন আসন লাভ কৰাৰ ইংগিত অপিনিয়ন প’লৰ

অসমত বিজেপি মিত্ৰজোঁটে ১২খন আসন লাভ কৰাৰ ইংগিত

বিজেপিয়ে অসমত ১০ খন আসন লাভ কৰিব বুলি প্ৰকাশ

AGPএ এখন আসন লাভ কৰাৰ ইংগিত দিলে অপিনিয়ন প’লে

UPPLএ এখন আসন লাভ কৰাৰ কথা ক’লে অপিনিয়ন প’লে

কংগ্ৰেছে অসমত এখন আসন লাভৰ ইংগিত

AIUDFএ এখন লাভ কৰাৰ ইংগিত দিলে অপিনিয়ন প’লে

পশ্চিবংগত বিজেপি আৰু তৃণমূলৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতাৰ ইংগিত

বিজেপিয়ে পশ্চিমবংগত ২০ খন আসন লাভ কৰাৰ সম্ভাৱনা

তৃণমূল কংগ্ৰেছে ২১ খন আসন লাভ কৰাৰ ইংগিত

উত্তৰপ্ৰদেশত বিজেপিয়ে ৭৪ খন লাভ কৰাৰ সম্ভাৱনা

গুজৰাটত বিৰোধী শূন্য হোৱাৰ ইংগিত

গুজৰাটত সম্পূৰ্ণ ২৬ খন আসনে বিজেপিক দিলে অপিনিয়ন প’লে

হাৰিয়ানাৰ ১০ খন আসনে বিজেপিয়ে লাভ কৰাৰ ইংগিত

দিল্লীত কেজৰিৱালে এখন আসনো লাভ নকৰাৰ ইংগিত

দিল্লীৰ সম্পূৰ্ণ ৭ খন আসন বিজেপিক দিলে অপিনিয়ন প’লে

ৰাজস্থান গেৰুৱাময় হোৱাৰ ইংগিত দিলে অপিনিয়ন প’লে

সম্পূৰ্ণ ২৫ খন আসন বিজেপিয়ে লাভ কৰাৰ ইংগিত

মধ্যপ্ৰদেশত বিজেপিয়ে আটাইকেইখন আসন লাভ কৰাৰ ইংগিত

২৯ খন আসন লাভ কৰাৰ কথা ক’লে অপিনিয়ন প’লে

বিহাৰত বিজেপিয়ে ১৭খন আসন লাভ কৰাৰ ইংগিত

নীতিশ কুমাৰৰ দলে ১২ খন লাভ কৰাৰ ইংগিত

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...