ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াত সেও মানিলে নগাঁৱৰ সংখ্যালঘু মীন পালকে

ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াত সেও মানিলে নগাঁৱৰ সংখ্যালঘু মীন পালকে। উজনি অসমলৈ মাছৰ ৰপ্তানি অব্যাহত ৰাখিব নগাঁৱৰ সংখ্যালঘু মীন পালকে। এইক্ষেত্ৰত প্ৰশাসন আৰু দল-সংগঠনৰ সহযোগিতা বিচাৰিছে মীন পালকসকলে। ‘নগাঁৱৰ প্ৰকৃত মীন পালকসকল মীন পালক সন্থাৰ সদস্য নহয়’। একাংশই ন্যস্ত স্বাৰ্থৰ বাবে মাছ ৰপ্তানি বন্ধ কৰা কাৰ্যক তীব্ৰ গৰিহণা। ইব্ৰাহিম খলিলুল্লাহ নামৰ স্বয়ম্ভু মীন পালক সন্থাৰ সভাপতিৰ বিৰুদ্ধেও সৰব মীন পালকসকল।

Popular

More like this
Related

খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ, ধেমাজি, ভেড়গাও, মাকুম, নগাঁৱৰ জয়

গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত চলি থকা...

ছিনিয়ৰ মহিলা বক্সিং আৰম্ভ

গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পাথিক ক্ৰীড়া প্ৰকল্পত আজিৰে...

২২ মাৰ্চৰ পৰা চিটী চেণ্টাৰত অফলাইন টিকট

গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীৰ অনুৰোধ ৰক্ষা কৰি ৰাজস্থান ৰয়েলছে ২২ মাৰ্চৰ...