ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াত সেও মানিলে নগাঁৱৰ সংখ্যালঘু মীন পালকে

ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াত সেও মানিলে নগাঁৱৰ সংখ্যালঘু মীন পালকে। উজনি অসমলৈ মাছৰ ৰপ্তানি অব্যাহত ৰাখিব নগাঁৱৰ সংখ্যালঘু মীন পালকে। এইক্ষেত্ৰত প্ৰশাসন আৰু দল-সংগঠনৰ সহযোগিতা বিচাৰিছে মীন পালকসকলে। ‘নগাঁৱৰ প্ৰকৃত মীন পালকসকল মীন পালক সন্থাৰ সদস্য নহয়’। একাংশই ন্যস্ত স্বাৰ্থৰ বাবে মাছ ৰপ্তানি বন্ধ কৰা কাৰ্যক তীব্ৰ গৰিহণা। ইব্ৰাহিম খলিলুল্লাহ নামৰ স্বয়ম্ভু মীন পালক সন্থাৰ সভাপতিৰ বিৰুদ্ধেও সৰব মীন পালকসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...